HI!
I AM..


আগন্তুক বহাগ
বিহুৰ শুভেচ্ছাৰে


Happy Bihu

মাহ হালধীৰ কেঁচা গোন্ধ ফালি, পদূলিত ঢোলটোয়ে গুমগুমাই উঠাৰ সময়তে, জাক জাক ৰঙিলী গাভৰুৰ হাঁহিৰ আঁত ধৰি সদৌটিলৈ বহাগৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এই বহাগ যেন বৰহমথুৰীৰ ৰঙাখিনিৰ দৰে ৰঙীন হৈ পৰক...
- Ujudebug